শ্রেষ্ট জীৱৰ অস্তিত্ব ... ✍️ চিৰঞ্জীৱ শঙ্কৰ

শ্রেষ্ট জীৱৰ অস্তিত্ব ...
          : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)

মৰিশালিত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হোৱা
মানৱী
প্রতিটো দেহাৰ অৱশেষ
সেই অৱশেষৰ মাজত
আছে নেকি
আছে নেকি
চাওঁ লিৰিকি-বিদাৰি
শ্রেষ্ট জীৱৰ অস্তিত্ব...

☆☆☆☆☆☆☆☆☆☆☆☆

Comments