ঈশ্বৰ ✍️ চিৰঞ্জীৱ শঙ্কৰ

   ঈশ্বৰ
  ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
তুমি অবিহন
দুখৰ
ধূষৰ ৰাতি আঁতৰিবনে
তুমি অবিহনে
সুখৰ
জোনৰ চাকি জ্বলিবনে
তুমি অবিহনে
এই প্রকৃতিৰ অস্তিত্ব অসাৰ
তুমি ঈশ্বৰ
তুমি পৰমাত্মা
তুমিয়েই পিতা-পিতাম্বৰ
তুমি বন্ধু
তুমিয়েই ভাতৃ আমাৰ আত্মাৰ।

☆☆☆☆☆☆☆☆☆☆☆☆

Comments