ফুলিছে এপাঁহি সুগন্ধি ফুল ✍️ চিৰঞ্জীৱ শঙ্কৰ


ফুলিছে এপাঁহি সুগন্ধি ফুল
     : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                       (২০১৫)
আকাশৰ নীলাত
জোনৰ
জোনাকী নিচাত
চেঁচা গধূলিৰ
মধুৰ আমেজ...
দেহৰ
যৌৱনা তৃষাত
ফুলিছে এপাঁহি সুগন্ধি ফুল
গোন্ধত আমোলমোল...

Comments