সেউজীয়াৰ নতুন গান ✍️ চিৰঞ্জীৱ শঙ্কৰ on May 24, 2020 Get link Facebook X Pinterest Email Other Apps সেউজীয়াৰ নতুন গান : চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) (০১/০২/২০১৫) গছৰ ডালে-ডালে কুঁহিপাতৰ আঁৰত লুকাই কুলিটিয়ে মধুৰ সুৰত কিনো শুনাই গাই সেই গীতৰ ৰসাল মাদকতাৰে আবেলি তপ্ত ৰ'দালিৰ উন্মাদনাত উন্মাদ হৈ পৰে দেহা মন পৰাণ কণ্ঠত বাজি উঠে সেউজীয়াৰ নতুন গান... Comments
Comments
Post a Comment