মোৰ বুলিবলে নাই একো নাই ✍️ চিৰঞ্জীৱ শঙ্কৰ

♚মোৰ বুলিবলে নাই একো নাই♚
☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
☞ৰচনা: ০২-০৪-২০১০
মোৰ বুলিবলে’
নাই
একো নাই
মোৰ বুলিবলে’
নাই
কোনো নাই
এই ধৰাৰ বুকুত
তথাপিও
আছোহি ৰৈ
নৈ
হৈ
বৈ
অকলে ,
নিৰৱে তোমাৰ অপেক্ষাত
শূণ্য দুহাত মেলি
মাথোঁ
তোমাকে ধিয়াই
কিন্তু
তুমিওঁ আজি নাই
নাই নাই নাই
আজি ক’তোৱেই নাই….
☆☆☆☆☆☆☆☆☆☆☆☆

Comments