শ্রেষ্ট জীৱৰ অস্তিত্ব … ✍️ চিৰঞ্জীৱ শঙ্কৰ

♚শ্রেষ্ট জীৱৰ অস্তিত্ব …♚
          ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                       (০৭/০১/২০১৭)
মৰিশালিত
চিতাৰ জুইত
জ্বলি-জ্বলি ছাঁই হোৱা
মানৱী
প্রতিটো দেহাৰ অৱশেষ
সেই অৱশেষৰ মাজত
আছে নেকি
আছে নেকি
চাওঁ লিৰিকি-বিদাৰি
শ্রেষ্ট জীৱৰ অস্তিত্ব…

Comments