মোৰ ল'ৰালি ✍️ চিৰঞ্জীৱ শঙ্কৰ

    মোৰ ল'ৰালি
     :চিৰঞ্জীৱ (শঙ্কৰ) কলিতা (ছমৰীয়া সত্ৰ)
          :ৰচনাৰ সময় : 2000 চন

মোৰ ল'ৰালি খেলাৰ লগৰী
খেলিবানে তুমি
মোৰ স'তে আবেলি ?
কৰিবানে তুমি
মোৰ স'তে ধেমালি ?
আহিবা জানো তুমি
জীৱনৰ অন্তিম ক্ষণত
খেল খেলিম বুলি ?

মোৰ ল'ৰাল জোনৰ জোনাকী
থাকিবানে তুমি
মোৰ শৈশৱক  উজ্বলাই ?
কৰিবানে তুমি
মোৰ হৃদয়ক আমনি ?
আহিবা জানো তুমি
বিচলিত হৃদয়ত মোৰ
সাগৰৰ গভীৰতা আনিবলৈ.....?  

Comments